আজি কেন্দ্ৰৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰে দেশবাসীৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে। ইন্ধনৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে।
প্ৰতি লিটাৰ পেট্ৰলত ৯ টকা ৫০ পইছা আৰু ডিজেলট ৭ টকাকৈ হ্ৰাস কৰাৰ সিদ্ধা লৈছে চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে আবকাৰী শুল্ক হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণৰ পিছতে ইন্ধনৰ দাম হ্ৰাস পালে। আনহাতে ৰন্ধন গেছৰ চিলেণ্ডাৰৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধা গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰে। এটা চিলিণ্ডাৰত ২০০ টকাকৈ হ্ৰাস হ’ব পাৰে বুলি জানিব পৰা গৈছে।