March 27, 2023, 9:20 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

কৃষ্ণাইত ড্ৰাগছৰ বিৰুদ্ধে নাগৰিকক সজাগ কৰাৰ প্ৰয়াস আৰক্ষীৰ

Reporter Name
  • Update Time : Friday, June 26, 2020
  • 121 Time View

খগেন্দ্ৰ ৰাভা, দুধনৈঃ ক’ৰোনা মহামাৰী ৰোধৰ দায়িত্বত ন্যস্ত হৈ থকা গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষীয়ে শুকুৰবাৰে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ দিৱস পালন কৰে৷ কৃষ্ণাই বজাৰত কৃষ্ণাই আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত ড্ৰাগছ, ধপাঁত জাতীয় সামগ্ৰী আৰু মাদক দ্ৰব্যৰ বিৰোধী বেনাৰ, পোষ্টাৰ আৰি মাদক দ্ৰব্য ব্যৱহাৰ কৰিলে নাগৰিকৰ হ’বলগীয়া ক্ষতিৰ কথা উনুকিয়াই দিয়ে৷ যাৰ বাবে ৰাইজক সজাগ কৰাৰ চেষ্টা কৰে৷

কৃষ্ণাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰতন ভূঞাৰ নেতৃত্বত আৰক্ষীয়ে ড্ৰাগছ-ধপাঁত বিৰোধী সম্বলিত ৰাজহুৱা স্থানত বেনাৰ আৰি দি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ দিৱস পালন কৰে৷ উল্লেখ্য যে, কৃষ্ণাই তথা গোৱালপাৰা আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন পন্থাৰে ড্ৰাগছ-ধপাঁতৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি আহিছে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে