আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱৰ কামপুৰ মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়৷ বিশ্ব নাৰী দিৱসৰ কাৰ্যসূচীত মহাবিদ্যালয়ৰ ছাত্ৰৰ লগতে কামপুৰ মহাবিদ্যালয় অধ্যক্ষ ড০ অসিম বৰা আৰু কামপুৰ ৰাজহুৱা চঞ বিষয়া সুজতা গগৈ উপস্থিত থাকি নাৰীৰ অধিকাৰ, সুৰক্ষা আদিৰ বিষয়ে ভাষণ প্ৰদান কৰে৷