March 30, 2023, 8:11 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মন্ত্ৰী কেশৱ মহন্তৰ বৃক্ষ ৰোপণ

Reporter Name
  • Update Time : Friday, June 5, 2020
  • 130 Time View

বোকাখাতঃ সমগ্ৰ বিশ্বৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৱ সংযোজিত এলেকা বান্দৰডুবিতো আজি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত কুঠৰীৰ বান্দৰডুবিত আয়োজিত এই অনুষ্ঠানত অসম চৰকাৰৰ জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহন কৰি বৃক্ষ ৰোপণ কৰে ৷

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে দিয়া নিজৰ ভাষণত মন্ত্ৰী কেশৱ মহন্তই জৈৱ বৈচিত্ৰ পৰিচালনাৰে বান্দৰডুবি অঞ্চলত মানুহ আৰু বন্যপ্ৰাণীৰ ভাৰসাম্যতাৰে আঁচনি যুগুতাৱলৈ কাজিৰঙাৰ কৰ্তৃপক্ষক পৰামৰ্শ দিয়ে ৷ কভিড ১৯ ৰ সংক্ৰমনৰ লগতে অনাগত দিনবোৰত আহিব লগা প্ৰত্যাহ্বানৰ সন্মুখীন হব পৰাকৈ প্ৰস্তুত হবলৈ সকলোকে কোৱাৰ লগতে পৰিৱেশৰ বাবে অলপ সময় দিবৰ বাবেও আহ্বান জনায় ৷

পশ্চিম বান্দৰডুবি বন শিৱিৰৰ সমীপত আয়োজিত বিশ্ব পৰিৱেশ দিৱসৰ এই অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তৰ উপৰিও কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ , কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওঁগ , কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস , পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈ আৰু অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই অংশগ্ৰহন কৰে ৷ পৰিৱেশ দিৱসৰ আজিৰ কাৰ্যসুচীত বান্দৰডুবি অঞ্চলৰ বন পথত বৃক্ষ ৰোপণ কৰাৰ উপৰিও ছাত্ৰ ছাত্ৰী আৰু স্থানীয় লোকৰ মাজত গছ পুলি বিতৰণ কৰে মন্ত্ৰী কেশৱ মহন্তই ৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে