কাকপথাৰ চেলেংগুৰীত ড্ৰাগছসহ মহিলাক গ্ৰেপ্তাৰ
মহিলাগৰাকী হেমিল হাজৰিকাৰ পত্নী মইনা হাজৰিকা (৩৫)
মহিলাৰ পৰা ৫০ হাজাৰ নগধ ধন, ১২ গ্ৰাম হেৰ’ইন জব্দ
আগতেও মহিলাগৰাকী ড্ৰাগছ সৰবৰাহৰ জড়িত হৈ ৰঙাঘৰৰ আলহী