কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেনৰ বৈঠক
ভিডিঅ’ কনফাৰেন্স যোগে বৈঠক কৰিব নৰেন্দ্ৰ মোদী-জ’ বাইদেনে
১১ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্স যোগে যোগ দিব
দুয়ো দেশৰ অৰ্থনীতি আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক অধিক গভীৰ কৰাৰ প্ৰয়াস
হোৱাইট হাউচৰ প্ৰেছ সচিব জেন পাচাকিৰ এই বিষয়ত বিবৃতি জাৰি কৰিছে।