কাইলৈ পুৱা অনুষ্ঠিত হ’ব কংগ্ৰেছৰ সংসদীয় দলৰ বৈঠক
কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ বৈঠকৰ আহ্বান
কাইলৈ পুৱা ১০ জনপথত পুৱা ১০.৩০ বজাত বৈঠকৰ আহ্বান
দলটোৰ সংসদীয় ৰণনীতি গোটৰ বৈঠকত হ’ব নিৰ্বাচনৰ চৰ্চা