ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিডত মৃত্যুৰ সংখ্যা৷ শেহতীয়াকৈ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ৰাজ্যৰ আয়ুক্ত সচিব ৰাজেশ প্ৰসাদৰ৷ ১৯৯৫ চনৰ অসম-মেঘালয় কেডাৰৰ বিষয়াগৰাকী৷ মহানগৰীৰ স্বাগত হাস্পাতালত চিকিৎসাধীন হৈ আছিল জেষ্ঠ আমোলাগৰাকী৷ হাস্পাতালত চিকিৎসাধীন অৱস্থাতে মৃত্যু আয়ুক্ত সচিবগৰাকী৷ বিগত ২২ জুলাইৰ পৰা হাস্পাতালত চিকিৎসাধীন হৈ আছিল বিষয়াজন।