ওড়িশাৰ নবীন পাটনায়কৰ চৰকাৰৰ সকলো মন্ত্ৰীৰ পদত্যাগ
ৰাজ্যিক মন্ত্ৰীসভাৰ সকলো মন্ত্ৰীয়ে আজি পদত্যাগ কৰিছে
মুখ্যমন্ত্ৰী নবীন পাটনায়কে সকলো মন্ত্ৰী সলনি কৰিব
কাইলৈ দুপৰীয়া ১২ বজাত নতুন মন্ত্ৰীসকলে শপত গ্ৰহণ কৰিব