November 29, 2022, 9:36 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি মুকালমুৱাৰ কালাৰচৰত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহত ব্যাপক অনিয়ম ধেমাজিত ১২ লক্ষাধিক টকাৰ ড্ৰাগছ নিষ্কাশন দৰঙৰ এক লাখ চল্লিশ হাজাৰ পৰিয়ালৰ গৃহত স্বাধীনতা দিৱস পালনৰ ব্যৱস্থা মঙলদৈত ষ্টুডেণ্ট কেডেট কৰ্প’ছ(এছ চি চি)ৰ দৰং জিলা সমিতি গঠন বিশ্বনাথৰ পানীভৰালত বিশ্বনাথ জিলা আৰক্ষীৰ উদ্যোগত নিষিদ্ধ গাঞ্জা দাহ কাৰ্যসূচী বহিঃৰাজ্যত অসমৰ জীয়ৰীৰ ৰহস্যজনক মৃত্যু। ঘৰলৈ আনিবলৈ সক্ষম হোৱা নাই মৃতদেহ SC আৰু STক অপমান কৰিলে গ্ৰেপ্তাৰ হ’ব আপুনি মন্ত্ৰী পদৰ পৰা অপসাৰণ পাৰ্থ চেটাৰ্জীক মন্ত্ৰী পদৰ পৰা অপসাৰণ পাৰ্থ চেটাৰ্জীক পুনৰ মন্ত্ৰী পাৰ্থ চট্টোপাধ্যায়ৰ ঘনিষ্ঠৰ ফ্লেটত ২৭ কোটি ৯০ লাখ টকা উদ্ধাৰ

এসপ্তাহৰ বাবে ৰাজ্যসভাৰ ১৯জন সাংসদক নিলম্বন

Reporter Name
  • Update Time : Tuesday, July 26, 2022
  • 22 Time View

ডিজিটেল ডেস্কঃ সোমবাৰৰ দিনটোত লোকসভাৰ ৪ জন সাংসদক নিলম্বন কৰা হৈছিল। তাৰ পিছত মঙলবাৰৰ দিনটোত ৰাজ্যসভাৰ ১৯ জন বিৰোধী সাংসদক নিলম্বিত কৰা হৈছে। আজিৰ দিনটোত সাংসদসকলে অধিৱেশনৰ কাম-কাজত বাঘ্যাত জন্মোৱাৰ বাবেই এসপ্তাহৰ বাবে সাংসদ সকলক নিলম্বন কৰা হৈছে।
আজি নিলম্বিত বিধায়কসকলে দাম বৃদ্ধিৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছিল। যাৰ বাবে এঘন্টা সদন স্থগিত ৰখা হৈছিল। এনেদৰে সাংসদসকলক নিলম্বিত কৰা ঘটনাকলৈ ক্ষুন্ন হৈ তৃণমূলৰ নেতা ডেৰেক অ’ব্ৰায়েনে আজি সাংবাদিকক কয় যে, “এই চৰকাৰে গণতন্ত্ৰ খৰ্ব কৰিছে”।

ৰাজ্যসভাৰ নিলম্বিত সাংসদসকল হৈছে:
১) সুস্মিতা দেৱ, তৃণমূল কংগ্ৰেছ,
২)মৌচম নুৰ, তৃণমূল কংগ্ৰেছ, ৩)শান্তা ছেত্ৰী, তৃণমূল কংগ্ৰেছ, ৪)দোলা সেন, তৃণমূল কংগ্ৰেছ, ৫)সান্তানু সেন, তৃণমূল কংগ্ৰেছ, ৬)অভি ৰঞ্জন বিশ্বৰ, তৃণমূল কংগ্ৰেছ, ৭)মোঃ নদীমুল হক, তৃণমূল কংগ্ৰেছ, ৮)এম হামামেদ আব্দুল্লা, ডি.এম.কে, ৯)বি লিঙ্গায় যাদৱ, তেলেংগানা ৰাষ্ট্ৰ সমিতি (টিআৰএছ), ১০)এ.এ. ৰহিম, চি.পি.আই.(এম.), ১১)ৰবিহান্দ্ৰা ভাদ্দিৰাজু, টি.আৰ.এছ, ১২)এছ কল্যাণসুন্দৰম, ডি.এম.কে, ১৩)আৰ গিৰঞ্জন, ডি.এম.কে, ১৪)এন আৰ এলাংগো, ডি.এম.কে, ১৫)ভি শিৱদাসন, চি.পি.আই, (এম) ১৬)এম শানমুগাম, ডি.এম.কে, ১৭)দামোদৰ ৰাও দিৱাকোণ্ডা, টি.আৰ.এছ, ১৮) সন্দোশ কুমাৰ পি, চি.পি.আই আৰু ১৯)কানিমোঝি এন.ভি.এন চমু, ডি.এম.কে

২ আগষ্টলৈ সদনত প্ৰবেশ কৰিব নোৱাৰিব নিলম্বিত বিধায়কসকলে। চলিত বৰ্ষৰ বৰ্ষাকালীন অধিৱেশন ১২ আগষ্টত সমাপ্ত হ’ব।

 

 

 

 

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে