March 28, 2023, 9:46 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

এনচিবিৰ কাৰ্যালয়ত উপস্থিত, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে ৰিয়া

Reporter Name
  • Update Time : Sunday, September 6, 2020
  • 126 Time View

মুম্বাইঃ নাৰ্ক’টিক কন্ট্ৰ’ল ব্যুৰ’ চমুকৈ এনচিবিয়ে জাৰি কৰা চমনৰ পিছতে মুম্বাইস্থিত এনচিবিৰ কাৰ্যালয়ত উপস্থিত হৈছে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা কাণ্ডৰ সৈতে নাম সাঙোৰ খাই পৰা ৰিয়া চক্ৰৱৰ্তী। দেওবাৰে পুৱা প্ৰায় ১১ বজাত নিজ বাসগৃহৰ পৰা এনচিবিৰ কাৰ্যালয়লৈ ৰাওনা হয়।

এনচিবিৰ সূত্ৰই সংবাদ মাধ্যমক সদৰী কৰা মতে ড্ৰাগছ সৰবৰাহ আৰু ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত হয় নে নহয় সেই বিষয় সম্পৰ্কে জানিবলৈ কেবাঘণ্টা ধৰি জেৰা চলাব পাৰে ৰিয়াক। জেৰাৰ অন্তত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনাও একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে।

উল্লেখ্য যে, অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু ৰহস্য উদঘাটনৰ বাবে ঘটনাৰ তদন্তৰ দায়িত্ব ইতিমধ্যে অৰ্পণ কৰা হৈছে চিবিআইক। ইয়াৰ পিছতে ড্ৰাগছৰ প্ৰসংগ উত্থাপিত হোৱাত সমগ্ৰ ঘটনাটোত এতিয়া নাৰ্ক’টিক কন্ট্ৰ’ল ব্যুৰ’ চমুকৈ এনচিবিৰ ভূমিকাও গুৰুত্বপূৰ্ণ হৈ পৰিছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে