February 1, 2023, 12:59 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি APDCLৰ লোকচানৰ বোজা সাধাৰণ জনতাৰ ওপৰত জাপি দিয়া কাৰ্য মানি লোৱা নহ’বঃ আপ টুকটুকী ছায়া স্মৃতি এম ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা মুখ্যমন্ত্ৰীয়ে নাই বুলি কোৱাৰ পাছতো বিজেপিৰ বিধায়ক ৰমাকান্তৰ মতে বাঘ হাজৰিকা আছিল অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকিঃ মাজনিশা আৰক্ষীলৈ আহিল ফোনকল বেবেজীয়াত প্ৰাকৃতিক পৰিবেশত ‘ৰ’দঘাই বেবেজীয়া’ৰ নাট মহোৎসৱৰ সফল সামৰণি আদানি-কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত ৰাজহুৱা খণ্ডৰ বেংক-বিত্তীয় প্ৰতিষ্ঠানত বিনিয়োগ কৰা অসমৰ লোকৰ ধন কিমান নিৰাপদ? বিবিচিৰ ডকুমেণ্টৰী নিষিদ্ধ সন্দৰ্ভত ৬ ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তন নকৰিলে ৫০ বছৰৰ পিছত সুৰক্ষিত নাথাকিব ৰাম মন্দিৰ আদানিক চেলেঞ্জঃ তথ্যসহকাৰে নাকচ কৰক হিণ্ডেনবাৰ্গৰ অভিযোগ ‘পাঠান’ অপসংস্কৃতি, অপসংস্কৃতিক প্ৰাধান্য দিয়া সকলে ‘পাঠান’ চাইছেঃ ভৱেশ কলিতা

এছআই কাণ্ড, নলবাৰী আৰক্ষীৰ সহযোগত কমলপুৰত চলিছে অভিযান, এজনক গ্ৰেপ্তাৰ

Reporter Name
  • Update Time : Sunday, September 27, 2020
  • 125 Time View

ৰঙিয়াঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কাণ্ডৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে শনিবাৰে নিশা কামৰূপ জিলাৰ কমলপুৰত অভিযান চলাই এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷

কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দ্বিগুণপাৰ (লেজা) গাঁৱৰ ধ্ৰুৱজ্যোতি বৰুৱা নামৰ যুৱক জনক নলবাৰী আৰক্ষীয়ে কমলপুৰ আৰক্ষীৰ সহযোগত আটক কৰিবলৈ সক্ষম হয়। ধ্ৰুৱজ্যোতিৰ ভাষ্যৰ ভিত্তিত নিশাও অভিযান চলাই একে গাঁৱৰে নিতুল কাকতি নামৰ এজন যুৱকৰ ঘৰত।

উল্লেখ্য যে, ধ্ৰুৱজ্যোতি বৰুৱা এছ আই পৰীক্ষাত অৱতীৰ্ণ হৈছিল। দিনৰ ভাগতে ধ্ৰুৱজ্যোতি বৰুৱাক মোমায়েকৰ ঘৰৰ পৰা আহি থকা অৱস্থাত বাটতে আটক কৰি নলবাৰীলৈ লৈ যায়। পুনৰ নিশা নলবাৰী আৰক্ষীয়ে কমলপুৰ আৰক্ষী সহায়ত নিতুল কাকতি নামৰ অন্য এজন যুৱকৰ ঘৰত তালাচী চলাই যদিও কি পালে বা নাপালে কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকে নলবাৰী আৰক্ষী।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে