March 29, 2023, 2:32 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টীয়ে ২.৯ কোটি ভোট লাভ কৰিও গঠন কৰিব নোৱাৰিলে চৰকাৰ

Reporter Name
  • Update Time : Saturday, March 12, 2022
  • 132 Time View

উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টীয়ে ২.৯ কোটি ভোট লাভ কৰিও গঠন কৰিব নোৱাৰিলে৷ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, সমাজবাদী পাৰ্টীয়ে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত ২.৯ কোটি ভোট লাভ কৰিছে। বিজেপিয়ে লাভ কৰিছে ৩৮,০৫১,৭২১ ভোট। অৰ্থাৎ বিজেপিয়ে ৪১.৩ শতাংশ ভোট লাভ কৰে। বিজেপি মিত্ৰজোঁটৰ আছে চৰকাৰ গঠনৰ বাবে ২০২ খনতকৈ অধিক ২৭৩ খন আসন জিকি চৰকাৰ গঠন কৰিব। একে সময়তে সমাজবাদী পাৰ্টিয়ে ২.৯ কোটি (২৯,৫৪৩,৯৩৪) ভোট লাভ কৰে। সমাজবাদী পাৰ্টিয়ে ৩২.১ শতাংশ ভোট লাভ কৰে। সমাজবাদী পাৰ্টিৰ মিত্ৰজোঁটে মুঠ ১২৫খন আসন লাভ কৰিছে। মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ বাবে এছপিক প্ৰয়োজনীয় ২০২ৰ সংখ্যাৰ পৰা ৭৭ খন আসন কম পাইছে। যদি উত্তৰ প্ৰদেশত ৩.৬ লাখ অধিক ভোট লাভ কৰিলে তেন্তে এছপিয়ে চৰকাৰ গঠন কৰিলেহেঁতেন৷ বিজেপিৰ ২০১৭ৰ অভিলেখ ভংগ কৰিলেহেঁতেন! কিন্তু উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত বহু আসনত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে৷ য’ত জয়-পৰাজয়ৰ সামান্য ভোটৰ ব্যৱধান দেখা গৈছে। ৭ খন আসন ধামপুৰ, কুৰ্চি, বিলাসপুৰ, নাকুৰ, কাটৰা, শ্বাহগঞ্জ, মোৰাদাবাদ নগৰ য’ত এছপিয়ে অতি কম ভোটত পাৰজিত হৈছে৷ ৭৭ খন আসন আছিল য’ত সমাজবাদী পাৰ্টিয়ে ১৩,০০৬ বা তাতকৈ কম ভোট পৰাজিত হৈছে। যদি আৰু মুঠ ৪৯,৬৪০৮ আৰু ভোট সমাজবাদী পাৰ্টিয়ে হলহেঁতেনে তেন্তে ৭৭খন আসন পালেহেঁতেনে আৰু সমাজবাদী প্ৰাৰ্থীৰ ছবিয়ে সলনি হলহেঁতেন৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে