February 9, 2023, 1:42 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস উত্তৰাখণ্ডত ভাইৰেল ফিভাৰত আক্ৰান্ত ৪২ জনকৈ স্কুলীয়া শিক্ষাৰ্থী দেওলীয়া আদানিৰ হাতত এতিয়া কি কি আছে? ৰাষ্ট্ৰীয় মহিলা কাবাদী খেলুৱৈৰ প্ৰশিক্ষক বিৰুদ্ধে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ ভুৱা এনকাউণ্টাৰ কৰি মূল্য ভৰিলে পুলিচে বন বিভাগৰ গাফিলতিৰ বাবেই বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি গঁড়ৰ মৃত্যু

উত্তৰ গুৱাহাটীৰ শ্ৰীশ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ত বাৰ্ষিক নাগপঞ্চমী পূজাৰ আয়োজন

Reporter Name
  • Update Time : Saturday, July 9, 2022
  • 37 Time View

চাংসাৰিঃ মাৰ্কণ্ডেয় পুৰাণ খ্যাত চিৰ জাগ্ৰত শক্তিপীঠ শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়। উত্তৰ গুৱাহাটীৰ মনোৰম প্ৰাকৃতিক পৰিৱেশত সীতাচল পৰ্বতত অৱস্থিত গুপ্ত কামাখ্যা শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয় পৰিচালনা সমিতিৰ সৌজন্যত অহা ১৮ জুলাইত সম্পূৰ্ণ আধ্যাত্মিক পৰিবেশত বৈদিক পদ্ধতিৰে শ্ৰী শ্ৰী নাগপঞ্চমী পূজা উদযাপন কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা দেৱালয় পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি অনিল দাস, দলৈ কল্যাণ ভট্টাচাৰ্য আৰু উপ-সভাপতিদ্বয় ইন্দ্ৰজিৎ বৰ্মন, প্ৰবোধ লেখাৰুৱে ১৮ জুলাইত হ’ব লগীয়া এই মাংগলিক অনুষ্ঠানৰ প্ৰতিটো কাৰ্যসূচীতে ধৰ্মপ্ৰাণ ৰাইজৰ সক্ৰিয় যোগদান আৰু উপস্থিত কামনা কৰিছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে