March 15, 2023, 12:25 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

উত্তৰ গুৱাহাটীৰ যোগ নিলয়মত যোগ-স্বাস্থ্য সম্পৰ্কীয় শিবিৰ

Reporter Name
  • Update Time : Saturday, May 7, 2022
  • 64 Time View

উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী যোগ প্ৰশিক্ষণ কেন্দ্ৰ তথা একমাত্ৰ আয়ুৰ্বেদিক যোগ চিকিৎসা কেন্দ্ৰ উত্তৰ গুৱাহাটী অভয়পুৰস্থিত যোগনিলয়মত যোগ-স্বাস্থ্য সম্পৰ্কীয় শিবিৰ অনুষ্ঠিত হৈছে৷ সেৱা ভাৰতীৰ অন্তৰ্গত যোগ নিলয়ম, যোগ আৰু প্ৰাকৃতিক চিকিৎসা কেন্দ্ৰত দুদিনীয়া Brain Yoga Workshopৰ আয়োজন কৰা হৈছে। শিবিৰ বন্তি প্ৰজ্বলন কৰি মুকলি কৰে শিশু শিক্ষা সমিতিৰ প্ৰান্তঃ ছ’ছিয়েল মিডিয়া প্ৰমুখ মুকুটেশ্বৰ গোস্বামীয়ে। অনুষ্ঠান সূচাৰুৰূপে চলাই লৈ যোৱাত সহায় কৰে সেৱা ভাৰতীৰ পূৰ্বাঞ্চল প্ৰান্তৰ যোগ প্ৰমুখ অৰূপজ্যোতি দাস, জুনু শৰ্মা মিশ্ৰই। Brain Yoga Workshopত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ৰাজস্থানৰ মহাবীৰ চৰৌয়া, জিতেন্দ্ৰ ৰাথোৰ। অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ২২ গৰাকী পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে। সেৱা ভাৰতীৰ পূৰ্বাঞ্চল শাখাই উত্তৰ গুৱাহাটী যোগ নিলয়মৰ লগতে অসমৰ বিভিন্ন স্থানত সাপ্তাহিক, পষেকীয়া, মাহেকীয়া যোগ আৰু স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান আয়োজন কৰাৰ লগতে যোগ শিক্ষকৰ প্ৰশিক্ষণ দি আহিছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে