ঘোষণা হ’ল বহু প্ৰতীক্ষাৰ অন্তত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। কলা, বিজ্ঞান আৰু বাণিজ্য এই আটাইকেইটা শাখাটেই বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষ ১০ টা স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
কলা শাখাৰ ১০ টা স্থানত ২১ গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিছে। কলা শাখাত শীৰ্ষ ১০ টা স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ নামসমূহ ক্ৰমে-
প্ৰথম স্থান লাভ কৰিছে ৪৮৭ নম্বৰেৰে
সাধনা দেৱী, কামৰূপা গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কামৰূপ গ্ৰাম্য আৰু
চেৰী গোহাঁই, অমেনছ কলেজ, তিনিচুকীয়া জিলা
দ্বিতীয় স্থান লাভ কৰিছে ৪৮৬ নম্বৰেৰে
বিদিশা মিশ্ৰাই শংকৰদেৱ একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নলবাৰী
তৃতীয় স্থান লাভ কৰিছে ৪৮৩ নম্বৰেৰে
সুদিপ্ত দেৱনাথ, শংকৰদেৱ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, হোজাই আৰু
নিলয় কুৰ্মী, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
চতুৰ্থ স্থান লাভ কৰিছে ৪৮১ নম্বৰেৰে
প্ৰিয়ংকা বৈশ্যই, অসম ভেলি একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নলবাৰী
পঞ্চম স্থান লাভ কৰিছে ৪৮০ নম্বৰেৰে
মধুস্মিতা বেজবৰুৱা, আনন্দৰাম বৰুৱা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, বৰপেটা আৰু
প্ৰত্যুষ প্ৰতিম বৰা, কনচেপ্ট ছিনিয়ৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
ষষ্ঠ স্থান ৪৭৮ নম্বৰেৰে লাভ কৰিছে ৪ গৰাকী শিক্ষাৰ্থীয়ে
দৈৱিক দেৱ, ৰামানুজ গুপ্তা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কাছাৰ
মহম্মদ ছহিদ আহমেদ খণ্ডকাৰ, আব্দুল হাছিব এইছ এছ স্কুল, হোজাই
ৰোজি ৰৌচান, কামৰূপা গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কামৰূপ গ্ৰাম্য
উপাসনা শইকীয়া, ৰামানুজান ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
সপ্তম স্থান লাভ কৰিছে ৪৭৭ নম্বৰেৰে
বিশাল বিকাশ বৈশ্য, আনন্দৰাম বৰুৱা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, বৰপেটা
অষ্টম স্থান লাভ কৰিছে ৪৭৫ নম্বৰেৰে ৪ গৰাকী শিক্ষাৰ্থীয়ে
ৰিয়া শইকীয়া, কৃষ্ণ কান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, বৰপেটা
দীক্ষিতা চহৰীয়া, পাথৰিঘাট এইছ এছ স্কুল, দৰং
অভিনন্দ হাজৰিকা, কটন ইউনিৰ্ভাচিটি, কামৰূপ মেট্ৰ’
নিখিল দাস, কামৰূপা গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কামৰূপ গ্ৰাম্য
নৱম স্থান লাভ কৰিছে ৪৭৪ নম্বৰেৰে
ৰশ্না গগৈ, ফৰ্কাটিং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, গোলাঘাট
দশম স্থান লাভ কৰিছে ৪৭৩ নম্বৰেৰে ৩ গৰাকী ছাত্ৰীয়ে
অনন্যা সূত্ৰধৰ, বঙাইগাঁও এইছ এছ স্কুল
মেঘনা বৰা, ৰামানুজান ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
দেৱীস্তুতি হাজাৰিকা, চালাগুৰি এইছ এছ স্কুল, শিৱসাগৰ
উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ সৰ্বমুঠ পৰীক্ষাৰ্থী আছিল ১,৫৬,১০৭ গৰাকী। ইয়াৰে ১,৩০,৩২৪ গৰাকীয়ে সফলতাৰে উত্তীৰ্ণ হয়।