August 8, 2022, 10:56 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি মুকালমুৱাৰ কালাৰচৰত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহত ব্যাপক অনিয়ম ধেমাজিত ১২ লক্ষাধিক টকাৰ ড্ৰাগছ নিষ্কাশন দৰঙৰ এক লাখ চল্লিশ হাজাৰ পৰিয়ালৰ গৃহত স্বাধীনতা দিৱস পালনৰ ব্যৱস্থা মঙলদৈত ষ্টুডেণ্ট কেডেট কৰ্প’ছ(এছ চি চি)ৰ দৰং জিলা সমিতি গঠন বিশ্বনাথৰ পানীভৰালত বিশ্বনাথ জিলা আৰক্ষীৰ উদ্যোগত নিষিদ্ধ গাঞ্জা দাহ কাৰ্যসূচী বহিঃৰাজ্যত অসমৰ জীয়ৰীৰ ৰহস্যজনক মৃত্যু। ঘৰলৈ আনিবলৈ সক্ষম হোৱা নাই মৃতদেহ SC আৰু STক অপমান কৰিলে গ্ৰেপ্তাৰ হ’ব আপুনি মন্ত্ৰী পদৰ পৰা অপসাৰণ পাৰ্থ চেটাৰ্জীক মন্ত্ৰী পদৰ পৰা অপসাৰণ পাৰ্থ চেটাৰ্জীক পুনৰ মন্ত্ৰী পাৰ্থ চট্টোপাধ্যায়ৰ ঘনিষ্ঠৰ ফ্লেটত ২৭ কোটি ৯০ লাখ টকা উদ্ধাৰ

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, কলা শাখাৰ ১০ টা স্থানত ২১ গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিছে

Reporter Name
  • Update Time : Monday, June 27, 2022
  • 17 Time View

ঘোষণা হ’ল বহু প্ৰতীক্ষাৰ অন্তত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। কলা, বিজ্ঞান আৰু বাণিজ্য এই আটাইকেইটা শাখাটেই বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষ ১০ টা স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
কলা শাখাৰ ১০ টা স্থানত ২১ গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিছে। কলা শাখাত শীৰ্ষ ১০ টা স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ নামসমূহ ক্ৰমে-

প্ৰথম স্থান লাভ কৰিছে ৪৮৭ নম্বৰেৰে

সাধনা দেৱী, কামৰূপা গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কামৰূপ গ্ৰাম্য আৰু
চেৰী গোহাঁই, অমেনছ কলেজ, তিনিচুকীয়া জিলা

দ্বিতীয় স্থান লাভ কৰিছে ৪৮৬ নম্বৰেৰে

বিদিশা মিশ্ৰাই শংকৰদেৱ একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নলবাৰী

তৃতীয় স্থান লাভ কৰিছে ৪৮৩ নম্বৰেৰে

সুদিপ্ত দেৱনাথ, শংকৰদেৱ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, হোজাই আৰু
নিলয় কুৰ্মী, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও

চতুৰ্থ স্থান লাভ কৰিছে ৪৮১ নম্বৰেৰে

প্ৰিয়ংকা বৈশ্যই, অসম ভেলি একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নলবাৰী

পঞ্চম স্থান লাভ কৰিছে ৪৮০ নম্বৰেৰে

মধুস্মিতা বেজবৰুৱা, আনন্দৰাম বৰুৱা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, বৰপেটা আৰু
প্ৰত্যুষ প্ৰতিম বৰা, কনচেপ্ট ছিনিয়ৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও

ষষ্ঠ স্থান ৪৭৮ নম্বৰেৰে লাভ কৰিছে ৪ গৰাকী শিক্ষাৰ্থীয়ে

দৈৱিক দেৱ, ৰামানুজ গুপ্তা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কাছাৰ
মহম্মদ ছহিদ আহমেদ খণ্ডকাৰ, আব্দুল হাছিব এইছ এছ স্কুল, হোজাই
ৰোজি ৰৌচান, কামৰূপা গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কামৰূপ গ্ৰাম্য
উপাসনা শইকীয়া, ৰামানুজান ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও

সপ্তম স্থান লাভ কৰিছে ৪৭৭ নম্বৰেৰে

বিশাল বিকাশ বৈশ্য, আনন্দৰাম বৰুৱা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, বৰপেটা

অষ্টম স্থান লাভ কৰিছে ৪৭৫ নম্বৰেৰে ৪ গৰাকী শিক্ষাৰ্থীয়ে

ৰিয়া শইকীয়া, কৃষ্ণ কান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, বৰপেটা
দীক্ষিতা চহৰীয়া, পাথৰিঘাট এইছ এছ স্কুল, দৰং
অভিনন্দ হাজৰিকা, কটন ইউনিৰ্ভাচিটি, কামৰূপ মেট্ৰ’
নিখিল দাস, কামৰূপা গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কামৰূপ গ্ৰাম্য

নৱম স্থান লাভ কৰিছে ৪৭৪ নম্বৰেৰে

ৰশ্না গগৈ, ফৰ্কাটিং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, গোলাঘাট

দশম স্থান লাভ কৰিছে ৪৭৩ নম্বৰেৰে ৩ গৰাকী ছাত্ৰীয়ে

অনন্যা সূত্ৰধৰ, বঙাইগাঁও এইছ এছ স্কুল
মেঘনা বৰা, ৰামানুজান ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
দেৱীস্তুতি হাজাৰিকা, চালাগুৰি এইছ এছ স্কুল, শিৱসাগৰ

উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ সৰ্বমুঠ পৰীক্ষাৰ্থী আছিল ১,৫৬,১০৭ গৰাকী। ইয়াৰে ১,৩০,৩২৪ গৰাকীয়ে সফলতাৰে উত্তীৰ্ণ হয়।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে