May 25, 2022, 11:44 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি গোৱৰ্ধনা আৰক্ষী থানা এলেকাত অঘটনঃ মেচিনত সোমাই ২২ বছৰীয়া শ্ৰমিকৰ মৃত্যু শ্ৰীনগৰত আৰক্ষী জোৱান মালিক চাহিব সৌৰা আনচাৰক গুলীয়াই হত্যা, ৭ বছৰীয়া কন্যা আহত উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ কামপুৰত পুনৰ বানত উটি গৈ শিশুৰ মৃত্যু তামিলনাডুত বিজেপি নেতাক গুলীয়াই হত্যা মৃত্যু আহে সংগোপনে, মঙলবাৰৰ পুৱাৰ দৌৰেই হৈ পৰিল শেষবাৰৰ দৌৰ… কোকৰাঝাৰত পুনৰাই নাৱালিকাক ধৰ্ষণঃ তিনি পাষণ্ড আফুৰউদ্দিন, মুস্তাফা, ছামেজউদ্দিন গ্ৰেপ্তাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চল পৰিদৰ্শন কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মন ৰেকিবুদ্দিন আহমেদ, বসন্ত দাসৰ বিৰোধী একত্ৰিত হ’লে দখল কৰিব পাৰিব ৰাষ্ট্ৰপতিৰ আসনঃ নাড্ডাৰ ঘৰত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক অসম আন্দোলনৰ সক্ৰিয় কৰ্মী-সমাজসেৱক থানেশ্বৰ বৰাৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

আপ এতিয়া ৰাষ্ট্ৰীয় শক্তি, অৰবিন্দ কেজৰিৱাল প্ৰধানমন্ত্ৰী হ’ব

Reporter Name
  • Update Time : Thursday, March 10, 2022
  • 54 Time View

নতুন দিল্লীঃ পঞ্জাৱৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা চলি আছে। চলিত গণনাৰ মাজতে, পঞ্জাৱৰ আম আদমী পাৰ্টীয়ে ৮৯ খন আসনত আগবাঢ়ি আছে। আম আদমী পাৰ্টিৰ নেতা ৰাঘৱ চাধাই কয় যে আপ এতিয়া এক ৰাষ্ট্ৰীয় শক্তি৷ অৰবিন্দ কেজৰিৱাল প্ৰধানমন্ত্ৰী হ’ব। এতিয়া কংগ্ৰেছৰ বিপৰীতে দেশৰ সৰ্ববৃহৎ বিৰোধী দল হিচাপে প্ৰতিষ্ঠা কৰিব। ফলাফলৰক লৈ আনন্দ প্ৰকাশ কৰি কয় যে সকলোৰে সহযোগিতাৰে এইটো সম্ভৱ হৈছে। অৰবিন্দ কেজৰিৱালে ইয়াৰ কৃতিত্ব লাভ কৰিছে। এই নিৰ্বাচনত পঞ্জাৱৰ মানুহে আমাক এই উপহাৰ দিছে। পঞ্জাৱৰ অমৃতসৰ পূব আসনত কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধু আৰু অকালি দলৰ বিক্ৰম মাজিথিয়া পিছ পৰি আছে। আম আদমী পাৰ্টিৰ জিয়ান জোত কৌৰ এই আসনত আগবাঢ়ি আছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে