মাজুলীঃ আজিৰে পৰা মাজুলীৰ পৰা মাজুলী নিমাতী সংযোগী অফলামুখ, কমলাবাৰী, দক্ষিণ পাট ফেৰী ঘাটৰ ফেৰী সেৱা অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰিছে মাজুলী জিলা প্ৰশাসনে। ৰাজ্যৰ প্ৰায় কেইখন নগৰৰ লগতে যোৰহাট নগৰত ক’ভিড ১৯-এ ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছতে প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰে।