গুৱাহাটীত আৰম্ভ হৈছে G20 ৰ বৈঠক৷
১৯ খন ৰাষ্ট্ৰৰ প্ৰতিনিধিৰে ২আৰু ৩ ফেব্ৰুৱাৰীত গুৱাহাটীৰ বৈঠকৰ পাছত আৰম্ভ হ’ব ডিব্ৰুগড়ত।
বৈঠকত আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।
ইউৰোপীয় সংঘয়ো অংশগ্ৰহণ কৰিব এই বৈঠকত।