গুৱাহাটীঃ ৰাজ্যত ক’ৰোনা আতংক তথা বানৰ তাণ্ডৱৰ মাজতে সংযুক্ত মুক্তি বাহিনী স্বাধীনৰ এগৰাকী জ্যেষ্ঠ নেতাই আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ওলাই অহা বুলি জানিব পাৰ গৈছে৷
আলফা স্বাধীনৰ সহকাৰী সাংগঠিনক সম্পাদক মণ্টা শইকীয়াৰ আত্মসমৰ্পণ কৰা বুলি জানিব পৰা গৈছে৷
চুবুৰীয়া ৰাজ্য অৰুণাচলত নিৰাপত্তাৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে আলফা নেতাজনে। শিৱসাগৰ জিলাৰ ভটীয়াপাৰৰ মণ্টু শইকীয়াই ১৯৯১ চনত আলফাত যোগদান কৰিছিল। আসাম ৰাইফলছৰ ওচৰত আত্মসমৰ্পন কৰে শইকীয়াই৷