ডিব্ৰুগড়ঃ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট লেখক, চিকিৎসক ৰতন কটকীৰ মৃত্যু। কভিড-১৯ ত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট চিকিৎসক গৰাকীয়ে।