অসমত ১৮৭৭ গৰাকীলৈ বৃদ্ধি কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা। অসমত নতুনকৈ ৪৭ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি।
আক্ৰান্তসকলৰ ৩৩ গৰাকী হোজাইৰ, ৬ গৰাকী ধেমাজিৰ, ৪ গৰাকী বঙাইগাঁও, ৩ গৰাকী বৰপেটা আৰু বাক্সা জিলাৰ এগৰাকী। বৰ্তমান ১৪৫৭ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৪১৩ জনক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে৷ মৃত্যুৰ সংখ্যা ৪। স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰযোগে ঘোষণা।