অমৰিন্দৰ সিং ৰাজা ৱাৰিংক পঞ্জাৱ কংগ্ৰেছৰ সভাপতি নিযুক্তি
অমৰিন্দৰ সিং ৰাজা যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আছিল
পঞ্জাৱৰ বিধায়ক হৈ থকাৰ লগতে প্ৰাক্তন পৰিবহন মন্ত্ৰীও
প্ৰতাপ সিং বাজৱাক পঞ্জাৱৰ বিৰোধী দলৰ নেতা নিযুক্তি
দীৰ্ঘ দিনৰ মূৰকত কংগ্ৰেছে পঞ্জাৱত নেতা নিয়োগ
নিৰ্বাচনত পৰাজয়ৰ পিছতে নিৱজ্যোৎ সিং সিদ্ধুৰ পদত্যাগ