March 30, 2023, 4:09 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

অইল ইণ্ডিয়াৰ চকু ঐতিহাসিক নুমলীগড়ত, ৰজাদিনীয় গড় খান্দি বহুৱালে পাইপ

Reporter Name
  • Update Time : Monday, June 15, 2020
  • 161 Time View

নুমলীগড়ঃ তিনিচুকীয়া জিলাৰ বাঘজানত তৈল খাদত বিস্ফোৰণ সংঘটিত হৈ দুজনকৈ লোকৰ প্ৰাণ হেৰুওৱাৰ লগতে কেইবা শ পৰিয়ালৰ ঘৰ-বাৰী জুইত জাহ যায়৷ কেইবা হাজাৰ লোক শৰণাৰ্থী শিবিৰত থাকিব লগা হৈছে৷ সমগ্ৰ ৰাজ্যত বাঘজান কাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে এইবাৰ চকু পৰিছে নুমলীগড়ত৷ অইলৰ বুলডজাৰ ঐতিহাসিক নুমলীগড়ত পৰা পৰিলক্ষিত হৈছে৷

অইল ইণ্ডিয়াই কছাৰী ৰাজত্বৰ শেষ অস্তিত্ব নুমলীগড় খান্দি অইলৰ পাইপ বহুওৱাত সোচ্ছাৰ হৈ পৰিছে দল-সংগঠন। স্থানীয় প্ৰশাসনৰ অগোচৰেই অইল ইণ্ডিয়াই নিজ খেয়ালখুচী মতে ঐতিহাসিক নুমলীগড়ৰ গড় কটা কাৰ্য ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নুমলীগড়ত।

সদৌ অসম ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠন জাঙুৰ খাই উঠিছে অইলৰ এনে কাণ্ডৰ বিৰুদ্ধে৷ ঐতিহাসিক সম্পদ সংৰক্ষণ কৰাৰ বিপৰীতে অসমৰ মানচিত্ৰৰ পৰা চিৰদিনৰ বাবে হেৰাই যাবলৈ ওলোৱা গড়টো এতিয়া সোমাই পৰিল অইলৰ হাতোৰাত। এতিয়া প্ৰশ্ন হয় ৰাজ্যৰ বিয়াগোম পূৰাতাত্বিক বিভাগ এটা থকাৰ পাছটো কেনেদৰে অইল ইণ্ডিয়া লিমিটেডে বুলডজাৰ চলালে ঐতিহাসিক নুমলীগড়ত৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে