নগাঁওঃ সমগ্ৰ শৈৱ ভক্তসকলক একগোট কৰি, সামূহিক শৈৱ চৈতন্য জাগ্ৰত কৰাৰ উদ্দেশ আগত ৰাখি নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তবৰ্তী কহুঁৱাআটী সাৰ্বজনীন শিৱ মন্দিৰ প্ৰাংগনত দেওবাৰে আন্তঃৰাষ্ট্ৰীয় শৈৱ সংঘৰ স্থাপনা সমাৰোহ অনুষ্ঠিত কৰা হয়। আন্তঃৰাষ্ট্ৰীয় শৈৱ সংঘৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিবাহক চন্দ্ৰমোহন শৈৱই আঁত ধৰা উক্ত সমাৰোহত ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ তথা মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক
read more